April 30, 2025 7:57 PM

views 31

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আটাইকেইটা শাখাৰ ফলাফল ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আটাইকেইটা শাখাৰ ফলাফল আজি ঘোষণা কৰা হয়। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত উত্তীৰ্ণৰ হাৰ ৮১.৩২ শতাংশ, বিজ্ঞান শাখাত ৮৩.৯৯ শতাংশ, বাণিজ্য শাখাত ৮২.৯৩ শতাংশ আৰু বৃত্তিগত শাখাত উত্তীৰ্ণৰ হাৰ ৬৮.৮৪ শতাংশ। কলা শাখাত অৱতীৰ্ণ ২,২৬,৭৫৬ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৪৯,৫৭৭ গৰাকী প্ৰথম, ৮০,৬৫০ গৰাকী দ্বিতীয় আৰু ৫৩,৫১৮ গৰাকী শিক্ষার্থী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। একেদৰে বিজ্ঞান শাখাত অৱতীৰ্ণ ৫৬,৯০৯ গৰাকী শিক্...

April 29, 2025 6:54 PM

views 11

কাইলৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আটাইকেইটা শাখাৰ ফলাফল ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আটাইকেইটা শাখাৰ ফলাফল কাইলৈ ঘোষণা কৰা হ'ব। শিক্ষাৰ্থীসকলে কাইলৈ পুৱা ৯ বজাৰ পৰা নিৰ্দিষ্ট ৱেবছাইটৰ জৰিয়তে তেওঁলোকৰ মাৰ্কশ্বিটসমূহ ডাউনল'ড কৰিব পাৰিব। তেওঁলোকে মোবাইল এপৰ জৰিয়তেও মার্কশ্বিটসমূহ চাব পাৰিব। www.ahsec.assam.gov.in, www.assamresult.in, www.result.shiksha, www.schools9.com, assamjobalerts.com আদিকে ধৰি মুঠ ১২টা ৱেবছাইটত শিক্ষাৰ্থীসকলে নিজৰ ৰোল, নম্বৰ আৰু ৰেজিষ্ট্ৰেচন নম্বৰ দি মাৰ্কশ্বিটসমূহ ডাউনল'...