July 20, 2025 8:32 PM

views 20

আহমেদাবাদৰ বিমান দুর্ঘটনা সন্দৰ্ভত চূড়ান্ত প্রতিবেদন ওলোৱালৈকে কোনো ধৰণৰ মন্তব্য কৰাটো উচিত নহ’ব বুলি অসামৰিক বিমান পৰিবহন মন্ত্রী ৰামমোহন নাইডু কিঞ্জৰাপুৰ মত প্ৰকাশ

আহমেদাবাদৰ বিমান দুর্ঘটনা সন্দৰ্ভত বিমান দুর্ঘটনা অনুসন্ধান ব্যুৰোৰ প্ৰাৰম্ভিক প্ৰতিবেদনৰ ভিত্তিত কোনো সিদ্ধান্তত উপনীত হোৱাটো বুদ্ধিমানৰ কাম নহ'ব বুলি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্রী ৰামমোহন নাইডু কিঞ্জৰাপুয়ে মত প্ৰকাশ কৰিছে। চূড়ান্ত প্রতিবেদন ওলোৱালৈকে কোনো ধৰণৰ মন্তব্য কৰাটো উচিত নহ'ব বুলি তেওঁ কয়। গাজিয়াবাদৰ হিন্দন অসামৰিক বিমান বন্দৰৰ পৰা ১০খন নতুন বাণিজ্যিক বিমানৰ উৰণ আৰম্ভ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পশ্চিমীয়া সংবাদমাধ্যমক তীব্র সমালোচনা কৰে। তেওঁ কয়, যে তেওঁলোকে প্ৰকাশ ক...

June 15, 2025 9:00 PM

views 23

আহমেদাবাদ বিমান দুর্ঘটনাত প্ৰাণ হানি হোৱা সকলৰ ভিতৰত ৩২ গৰাকী লোকৰ ডি এন এ চিনাক্ত

আহমেদাবাদ বিমান দুর্ঘটনাত প্ৰাণ হানি হোৱা সকলৰ ভিতৰত এতিয়ালৈ ৩২ গৰাকী লোকৰ ডি এন এ চিনাক্ত কৰিব পৰা গৈছে। এতিয়ালৈকে ১৪ গৰাকী লোকৰ মৃতদেহ পৰিয়ালক গটাই দিয়া হৈছে। ৰাজ্যখনৰ গৃহ মন্ত্ৰী হৰ্ষ চাংঘৱিয়ে প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানিৰ ডি এন এৰ নমুনাও চিনাক্ত কৰিব পৰা গৈছে। উল্লেখযোগ্য যে গান্ধীনগৰ ফৰেনচিক বিজ্ঞান গৱেষণাগাৰত বিগত ২৪ ঘণ্টা ধৰি অবিৰতভাৱে ডি এন এৰ নমুনা পৰীক্ষণ অব্যাহত আছে। গৱেষণাগাৰৰ সঞ্চালক এইচ পি চাংঘবিয়ে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছে। তেওঁ কয় যে ডি...