July 20, 2025 8:32 PM
আহমেদাবাদৰ বিমান দুর্ঘটনা সন্দৰ্ভত চূড়ান্ত প্রতিবেদন ওলোৱালৈকে কোনো ধৰণৰ মন্তব্য কৰাটো উচিত নহ’ব বুলি অসামৰিক বিমান পৰিবহন মন্ত্রী ৰামমোহন নাইডু কিঞ্জৰাপুৰ মত প্ৰকাশ
আহমেদাবাদৰ বিমান দুর্ঘটনা সন্দৰ্ভত বিমান দুর্ঘটনা অনুসন্ধান ব্যুৰোৰ প্ৰাৰম্ভিক প্ৰতিবেদনৰ ভিত্তিত কোনো সিদ্ধান্তত উপনীত হোৱাটো বুদ্ধিমানৰ কাম নহ'ব বুলি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহ...