June 14, 2025 8:07 PM
আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে কেন্দ্ৰীয় গৃহ সচিবৰ নেতৃত্বত এখন উচ্চ স্তৰীয় সমিতি গঠন
আহমেদাবাদত পৰহি সংঘটিত এয়াৰ ইণ্ডিয়াৰ বিমানৰ শোকাবহ দুৰ্ঘটনাৰ তদন্তৰ বাবে কেন্দ্ৰীয় গৃহ সচিবৰ নেতৃত্বত এখন উচ্চ স্তৰীয় সমিতি গঠন কৰা হৈছে আৰু সমিতিখনে তিনিমাহৰ ভিতৰত প্ৰতিবেদন দাখিল...