February 21, 2025 6:27 PM

views 14

কৃষি ক্ষেত্রৰ বহুকেইটা সামগ্ৰীৰ ৰপ্তানীৰে আন্তর্জাতিক বজাৰত ভাৰতৰ অভূতপূৰ্ব সফলতা লাভ

প্ৰথমবাৰলৈ বহুকেইটা সামগ্ৰীৰ ৰপ্তানীৰে ভাৰতৰ কৃষি ক্ষেত্রই আন্তর্জাতিক বজাৰত অভূতপূৰ্ব সফলতা লাভ কৰিছে। কৃষি ক্ষেত্ৰত হোৱা এই সম্প্ৰসাৰণে ভাৰতৰ খেতিয়কসকলক সৱল কৰি তোলাৰ লগতে গ্রাম্য অর্থনীতি উন্নত কৰা আৰু আন্তঃৰাষ্ট্ৰীয় মানচিত্ৰত ভাৰতৰ কৃষি কৰ্মক এক সুকীয়া স্থান প্ৰদান কৰিব বুলি আশা কৰা হৈছে। প্ৰথমবাৰলৈ অষ্ট্ৰেলিয়ালৈ ৰপ্তানি কৰা বিশেষ চাংগোলা আৰু ভাগৱা ডালিমে ভাৰতৰ অৰ্থনীতি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মাইলৰ খুঁতি ৰূপে চিহ্নিত হৈছে। খনিজ পদাৰ্থ আৰু আঁহেৰে ভৰপুৰ ড্ৰেগন ফল ইতিমধ্যে লণ্ডন আৰু বাহৰেই...