May 13, 2024 8:27 PM May 13, 2024 8:27 PM

views 9

গ্ৰামোন্নয়ন মন্ত্ৰ্যালয়ৰ অধীনত ভূমি সম্পদৰ তথ্য প্ৰস্তুত কৰাৰ বাবে চুক্তি স্বাক্ষৰ

কেন্দ্ৰৰ গ্ৰামোন্নয়ন মন্ত্ৰ্যালয়ৰ অধীনত ভূমি সম্পদ বিভাগৰ নিৰ্দেশ অনুসৰি ৰাজ্যিক পৰ্যায়ৰ ন’ডেল অভিকৰণ, প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনা, ভূমি সংৰক্ষণ বিভাগ, ৰাজ্য চৰকাৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ মাজত প্ৰথমবাৰৰ বাবে ভূমি সম্পদৰ তথ্য প্ৰস্তুত কৰাৰ বাবে চুক্তি স্বাক্ষৰ হয়। উল্লেখযোগ্য যে, ভৱিষ্যতে ভূমি ব্যৱহাৰৰ বাবে বিশেষকৈ কৃষিৰ পৰিকল্পনাৰ বাবে বৈজ্ঞানিক ভিত্তিত তথ্য প্ৰদানৰ ক্ষেত্ৰত ভূমি সম্পদৰ তথ্যৰ অধ্যয়ন কৰাটো গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। ৫টা ভৌতিক কাৰক শিল, মাটি, ঢাল, খহনীয়াৰ প্ৰকাৰ, ...