September 24, 2024 7:37 PM September 24, 2024 7:37 PM

views 2

ডিব্ৰুগড়ৰ জেৰাইত ১৪ অক্টোবৰত অসম গণ পৰিষদৰ ৪০সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন

অসম গণ পৰিষদৰ দলৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস অহা ১৪ অক্টোবৰত ডিব্ৰুগড় জিলাৰ জেৰাইত কেন্দ্রীয়ভাৱে উদযাপন কৰা হ'ব। ইয়াৰ লগতে প্ৰতিটো বিধানসভা সমষ্টিটেই এই দিৱস উদযাপন কৰা হ'ব। এই দিৱসৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি গুৱাহাটীৰ আমবাৰীত দলৰ মুখ্য কাৰ্যালয়ত অসম গণ পৰিষদৰ কেন্দ্রীয় কার্যনির্বাহক সভা অনুষ্ঠিত হয়। সভাত অংশ লৈ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই প্ৰতিষ্ঠা দিৱসৰ বিভিন্ন কাৰ্যসূচীৰ সম্পৰ্কে আলোচনা কৰে। তদুপৰি দলে আয়োজন কৰিবলগীয়া বিধানসভা সমষ্টিভিত্তিক কর্মশালা, সদস্যভর্তি অভিযান, অসম বিধানসভা...