July 24, 2024 7:58 PM

views 22

প্রাক্তন অগ্নিবীৰসকলক অন্তৰ্ভুক্তৰ বাবে সাজু বিএছএফ, চিআইএছএফ আৰু আৰপিএফকে ধৰি কেন্দ্ৰীয় সশস্ত্র বাহিনীসমূহ

সীমান্ত সুৰক্ষা বাহিনী বি এছ এফ, কেন্দ্রীয় ঔদ্যোগিক সুৰক্ষা বাহিনী, চি আই এছ এফ আৰু ৰেলৱে সুৰক্ষা বাহিনী আৰ পি এফকে ধৰি কেন্দ্ৰীয় সশস্ত্র বাহিনীসমূহ প্রাক্তন অগ্নিবীৰসকলক বাহিনীত অন্তৰ্ভুক্ত কৰাৰ বাবে সাজু হৈছে। বি এছ এফৰ সঞ্চালকপ্ৰধান নীতিন আগৰৱালে কৈছে যে প্রাক্তন অগ্নিবীৰসকলক বাহিনীটোত নিযুক্তিৰ বাবে ১০ শতাংশ সংৰক্ষণ আৰু বয়সৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰা হব। চি আই এছ এফৰ সঞ্চালক প্রধান নীনা সিঙে কৈছে যে, গৃহ মন্ত্ৰালয়ৰ সিদ্ধান্ত অনুসৰি বাহিনীটো অগ্নিবীৰসকলক অন্তৰ্ভুক্ত কৰাৰ বাবে সাজু হৈছে। প...