April 13, 2025 6:45 PM

views 16

তানজানিয়াত আফ্রিকা-ইণ্ডিয়া কী মেৰিটাইম এনগেজমেন্ট শীর্ষক বহুপাক্ষিক অনুশীলন কাৰ্যসূচী

তানজানিয়াত আজিৰে পৰা হবলগীয়া আফ্রিকা-ইণ্ডিয়া কী মেৰিটাইম এনগেজমেন্ট চমুকৈ এ আই কি মি শীর্ষক বহুপাক্ষিক অনুশীলন কাৰ্যসূচী প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠে উদ্বোধন কৰিব। এই অনুশীলনত অংশ ল'বলৈ ভাৰতীয় মহাসাগৰ জাহাজ আই অ' এছ সাগৰ হিচাপে নামকৰণ কৰা আই এন এছ সুনেইনা কালি তাঞ্জিনিয়ানৰ ডাৰ ইছ ছালাম বন্দৰত প্ৰৱেশ কৰে। জাহাজখনে ৯ খন বন্ধু বিদেশী ৰাষ্ট্ৰৰ ৬৪ গৰাকী নৌসেনাৰ সৈতে ৫ এপ্ৰিলত গোৱাৰ কাৰৱাৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। নৌসেনাৰ আন দুখন জাহাজ আই এন এছ চেন্নাই আৰু আই এন এছ কেশৰীয়েও এই অনুশীলনত ভ...