April 23, 2025 1:04 PM

views 21

ৰাজ্যত বিগত ১০ বছৰত বনানিকৰণৰ বাবদ প্রায় ৪২০ কোটি টকা ব্যয়

ৰাজ্যত বিগত ১০ বছৰত বনানিকৰণৰ বাবদ প্রায় ৪২০ কোটি টকা ব্যয় কৰা হৈছে। ২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষলৈ ৰাজ্যিক পৰিপূৰক বনানিকৰণ নিধি ব্যৱস্থাপনা আৰু পৰিকল্পনা প্ৰাধিকৰণ অৰ্থাৎ কাম্পাৰ অধীনত গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ বাবে ২৬ হাজাৰ ৬২৮ লাখ টকাৰো অধিক ব্যয় কৰা হৈছে। ৰোপণ কৰা গছপুলিসমূহৰ ৬৫ৰ পৰা ৭৫ শতাংশ বৰ্তি আছে বুলি ৰাজ্যৰ প্ৰদান মুখ্য বন সংৰক্ষকৰ কাৰ্যালয়ে তথ্য জনাৰ অধিকাৰ আইনৰ আওতাত এগৰাকী অধিবক্তাৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি দিয়া এটা টোকাত উল্লেখ কৰিছে। বন বিভাগে এই সময়ছোৱাত...