October 12, 2025 9:04 PM

views 52

আফগান তালিবানৰ পাকিস্তানত সংঘটিত আক্ৰমণৰ দায়িত্ব স্বীকাৰ

আফগান তালিবানে পাকিস্তানত সংঘটিত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। এই আক্রমণত ৫৮ জন পাকিস্তানী সৈনিক নিহত হৈছে। তালিবানে ইয়াক পাক্তিকা প্রদেশত হোৱা পাকিস্তানী বিমান আক্রমণৰ প্ৰতিশোধ বুলি অভিহিত কৰিছে। তালিবানৰ মুখপাত্র জবিবুল্লাহ মুজাহিদে কয়, যে এই আক্রমণত সীমান্তবর্তী একাধিক স্থানক লক্ষ্য কৰি লোৱা হয় আৰু আক্রমণত অন্য ৩০ জন পাকিস্তানী সৈনিক আহত হয়। আক্রমণত তালিবানৰ ৯ জন যুঁজাৰু নিহত আৰু ১৮ জন আহত হয়। যোৱা সপ্তাহত কাবুলত সংঘটিত বিস্ফোৰণ আৰু আফগানিস্তানৰ ভূ-খণ্ডত পাকিস্তানে বোমা বর্ষণ কৰাৰ ফলত দুয়োখন...