February 10, 2025 12:11 PM

views 10

কাইলৈৰ পৰা ১৫ সংখ্যক এৰো ইণ্ডিয়া ২০২৫ৰ সংস্কৰণ আৰম্ভ

১৫ সংখ্যক এৰো ইণ্ডিয়া সংস্কৰণৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে এই কাৰ্যসূচীয়ে চৰকাৰৰ আত্মনিৰ্ভৰ আৰু শক্তিশালী ভাৰত গঠনৰ লক্ষ্যক আগুৱাই নিব। কালি বাংগালুৰুত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্রীসিঙে কয়, যে নতুন ভাৰতৰ শক্তি, স্থিতি স্থাপকতা আৰু আত্ম নিৰ্ভৰতা প্ৰদৰ্শন কৰাৰ বাবে এৰো এণ্ডিয়া হৈছে উপযুক্ত মঞ্চ। এয়া কেৱল ভাৰতৰ প্ৰতিৰক্ষা প্ৰস্তুতিয়ে নহয়, বৰং ই দেশৰ ভৱিষ্যৎ নিৰ্মাণৰ ক্ষেত্ৰতো এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি তেওঁ উল্লেখ কৰে। ১৫ সংখ্যক এৰো ইণ্ডিয়া ২০২৫ৰ সংস্...