March 1, 2025 1:35 PM
ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা মন্ত্ৰী-বিষয়াসকলৰ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ ফলত এডভাণ্টেজ আছামত বহুকেইখন বিদেশী ৰাষ্ট্ৰৰ অংশগ্ৰহণ
ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা মন্ত্ৰী-বিষয়াসকলৰ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ ফলত সদ্যসমাপ্ত দ্বিতীয় এডভাণ্টেজ আছামত বহুকেইখন বিদেশী ৰাষ্ট্ৰই অংশগ্ৰহণ কৰা বুলি মুখ্যমন্ত্রী ড...