February 24, 2025 8:21 PM February 24, 2025 8:21 PM
3
এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণত বুজাবুজিৰ চুক্তিত স্বাক্ষৰৰ বিনিয়োগৰ পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা
এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ৰাজ্যত এক লাখ ২২ হাজাৰ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰৰ বাবে অনুমোদন জনোৱা হৈছে যদিও এই বিনিয়োগৰ পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এই সন্মিলনৰ অন্তিম পৰ্যায়ৰ প্ৰস্তুতি পর্যালোচনা কৰি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে প্ৰথমবাৰৰ বাবে অসমত বৃহৎ সংখ্যক দেশী-বিদেশী উল্লেখযোগ্য যে কালি মন্ত্ৰী সভাৰ বৈঠকে এই সন্মিলনত এক লাখ ২২ হাজাৰ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ বাবে অনুমোদন জনাইছিল। এই সন্মিলনৰ সময়চ...