February 28, 2025 1:20 PM
22
উদ্যোগ আৰু বাণিজ্য বিভাগৰ চুক্তিসমূহৰ ৰূপায়ণৰ নিৰীক্ষণৰ বাবে শীঘ্ৰেই এটা পোৰ্টেল মুকলি
বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সময়ত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিসমূহৰ ৰূপায়ণৰ বিষয়টো সংশ্লিষ্ট বিভাগসমূহে সুক্ষ্মভাৱে নিৰীক্ষণ কৰিব। উদ্যোগ আৰু বাণিজ্য বিভাগে এই চুক্তিসমূহৰ ৰূপায়ণৰ নিৰীক্ষণৰ বাবে শীঘ্ৰেই এটা পোৰ্টেল মুকলি কৰিব। ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই কালি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। এডভান্টেজ শীর্ষ সন্মিলনত ২৮৯খন বিত্তীয় বুজাবুজিৰ চুক্তি আৰু ৪০খন অনা-বিত্তীয় বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে...