November 8, 2025 9:05 PM
33
বিজেপিৰ প্ৰবীণ নেতা লাল কৃষ্ণ আদৱানীলৈ জন্ম দিনৰ শুভেচ্ছা উপ-ৰাষ্ট্ৰপতিৰ
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে বিজেপিৰ প্ৰবীণ নেতা লাল কৃষ্ণ আদৱানীক তেওঁৰ ৯৮ সংখ্যক জন্ম দিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমযোগে আদৱানীৰ সু-স্বাস্থ্য আৰু দীর্ঘজীবন কামনা কৰে। প্রধানমনন্ত্রীয়ে আদবানীক দেশৰ প্ৰগতিৰ বাবে জীবন উৎসর্গা কৰা এগৰাকী ভবিষ্যদর্শী আৰু বিচক্ষণ নেতা বুলি অভিহিত কৰে। তেওঁ কয় যে শ্রী আদবানীয়ে নিস্বার্থ কর্তব্য আৰু দৃঢ় সিদ্ধান্তৰ আদৰ্শ অনুসৰণ কৰি আহিছে। শ্রী আদবানীৰ অৱদানে ভাৰতবৰ্ষৰ গণতান্ত্রিক আৰু সাংস্কৃতিক প্র...