October 28, 2024 11:50 AM

views 14

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফল অহা ফেব্ৰুৱাৰী মাহত ঘোষণা কৰা হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্য চৰকাৰৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অধীনত সদ্যসমাপ্ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল অহা ফেব্ৰুৱাৰী মাহত ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ১০ মে'ত ৰাজ্যৰ ৩৫ হাজাৰ যুৱক-যুৱতীক নিযুক্তি দিব বুলি ঘোষণা কৰে। এই পৰীক্ষাত প্ৰতিটো পদৰ বিপৰীতে দুজনকৈ প্ৰাৰ্থী বাছনি কৰাৰ পিছতে মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব। অহা মে' মাহত চৰকাৰৰ চতুৰ্থ বর্ষপুর্তি ...