September 26, 2024 9:38 PM September 26, 2024 9:38 PM
6
অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা স্বচ্ছ, নিকা আৰু শান্তিপূর্ণভাৱে সম্পন্ন কৰাৰ বাবে জিলা প্রশাসনৰ প্রস্তুতি
ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধীনত অহা ২৯ ছেপ্তেম্বৰত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অনুষ্ঠিত হ'বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা স্বচ্ছ, নিকা আৰু শান্তিপূর্ণভাৱে সম্পন্ন কৰাৰ বাবে বিভিন্ন জিলা প্রশাসনে প্রস্তুতি চলাইছে। চৰাইদেউ জিলাত এই পৰীক্ষা স্বচ্ছ, নিকা আৰু শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে যাৱতীয় প্রস্তুতিমূলক পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত আজি জিলা আয়ুক্তৰ অধ্যক্ষতাত পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া, সহকাৰী ভাৰপ্ৰাপ্ত বিষয়া, জিলা আয়ুক্ত আৰু বিদ্যালয়সমূহৰ...