September 15, 2024 11:24 AM

views 60

ৰাজ্যৰ ভিন ভিন জিলাত তৃতীয় বৰ্গৰ পদৰ বাবে অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষা আৰম্ভ

ৰাজ্যৰ ভিন ভিন জিলাত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰীক্ষাৰ বাবে অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষা ইতিমধ্যে আৰম্ভ হৈছে। ৰাজ্যৰ মুঠ  ২৩০৫ টা কেন্দ্ৰত হ'বলগীয়া এই পৰীক্ষাত ১১,২৩ ২০৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। এই নিযুক্তি পৰীক্ষাৰ বাবে প্ৰতিখন জিলা প্রশাসনে কার্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আইন শৃংখলাৰ দিশটোতো গুৰুত্ব আৰোপ কৰিছে। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ হৈ অসম মাধ্যমিক শিক্ষা পৰিষদ ছেবাই আয়োজন কৰা এই পৰীক্ষাৰ সমগ্ৰ প্ৰক্ৰিয়াটোক কোনো অসাধু চক্রই কোনো ধৰণে অস্থিৰ কৰি তোলাটোক প্রতিহত কৰাৰ উদ্দে...

August 29, 2024 9:10 PM

views 43

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষাৰ তাৰিখ ঘোষণা

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষাৰ সম্ভাৱ্য তাৰিখ ঘোষণা কৰিছে৷ উচ্চতৰ মাধ্যমিক স্তৰৰ তৃতীয় বৰ্গৰ পদৰ বাবে অহা ১৫ ছেপ্টেম্বৰত লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। আয়োগৰ জাননী অনুসৰি স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষাসমূহ ২৯ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ আৰু মেট্ৰিক পৰ্যায়ৰ চালক পদৰ বাবে পৰীক্ষা সেইদিনা দুপৰীয়া ১ বাজি ৩০ মিনিটৰ পৰা বিয়লি ৪ বাজি ৩০ মিনিটলৈ অনুষ্ঠিত হ'ব। একেদৰে আই টি আই উত্তীর্ণসকলে ধৰি মেট্ৰিক পৰ্যায়ৰ চতুৰ্থ বৰ্গৰ সম্ভাৱ্য পৰীক্ষা ২...