October 24, 2024 8:55 PM

views 15

অহা ২৭ অক্টোবৰত হ’বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ বাবে জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ

অহা ২৭ অক্টোবৰ দেওবাৰে হ'বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি প্ৰতিখন জিলাৰ প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে প্ৰকাশ কৰি কয় যে, এই পৰীক্ষা নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। পৰীক্ষাৰ্থীসকলৰ যাতায়াতৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ উত্তৰ-পূব সীমান্ত ৰে'লৱে সেইদিনা বিশেষ ৰে'লৰ ব্যৱস্থা কৰিছে বুলিও মুখ্যমন্ত্রীয়ে কয়। ড০ শর্মাই লগতে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাৰ বা...

September 18, 2024 12:12 PM

views 17

অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাত ত্ৰুটি উলিয়াবলৈ একাংশ লোক ব্যস্তঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম প্রত্যক্ষ নিযুক্তি প্রক্রিয়া স্বচ্ছ আৰু নিকা ৰূপত অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰখাৰ বিপৰীতে একাংশ লোকে ভিত্তিহীনভাৱে এই পৰীক্ষাত ত্রুটি উলিয়াবলৈ ব্যস্ত হৈ থকা বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে উৎসর্গিকৃত মনোভাৱেৰে এই কাম সম্পন্ন কৰাৰ বিপৰীতে একাংশ সংবাদ মাধ্যম আৰু বিভিন্ন পক্ষই এই পৰীক্ষাক ত্রুটিপূর্ণ বুলি প্ৰমাণ কৰিবলৈ বৃথা চেষ্টা কৰি আহিছে। ইয়াৰ ফলত যুৱক-যুৱতীসকলৰহে ক্ষতি হ'ব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে, পৰী...