October 4, 2025 8:31 PM
23
ৰাজ্যৰ বিভিন্ন জিলাত আদি কৰ্মযোগী অভিযান ৰূপায়ণ; যোৰহাটত তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী
কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে ৰূপায়ণ কৰা আদি কৰ্মযোগী অভিযান ৰাজ্যৰ বিভিন্ন জিলাত ৰূপায়ণ কৰা হৈছে। সেৱা, নিষ্ঠা আৰু সংকল্প নীতিৰ দ্বাৰা পৰিচালিত এই অভিযানৰ জৰিয়তে সমগ্র দেশৰ ৩০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১ লাখ জনজাতীয় গাঁও, ৩ হাজাৰ উন্নয়ন খণ্ড আৰু ৫৫০খন জিলাক সামৰি লোৱা হৈছে। ইয়াৰ দ্বাৰা জনজাতীয় অঞ্চলত ৰূপান্তৰ সাধনৰ বাবে ২০ লাখ জনজাতীয় কেডাৰ সৃষ্টি কৰাৰ লক্ষ্য লোৱা হৈছে। যোৰহাট জিলাতো এই অভিযান ৰূপায়ণ কৰা হৈছিল। জিলাখনৰ ৩০খন জনজাতীয় গাঁও চিনাক্ত কৰি এই কাৰ্যসূ...