November 15, 2025 12:21 PM

views 27

অসমত ৩,২০০ মেগাৱাটৰ ক্রিটিকেল পাৱাৰ প্লেণ্ট স্থাপনৰ বাবে ৪৮ হাজাৰ কোটি টকা বিনিয়োগ কৰিব আদানী পাৱাৰ লিমিটেডে

আদানী পাৱাৰ লিমিটেডে অসমত ৩,২০০ মেগাৱাটৰ ক্রিটিকেল পাৱাৰ প্লেণ্ট স্থাপনৰ বাবে ৪৮ হাজাৰ কোটি টকা বিনিয়োগ কৰিব। সেইদৰে আদানী গ্রীণ এনার্জিয়ে অসমত মুঠ দুহেজাৰ ৭০০ মেগাৱাটৰ দুটা পাম্পড ষ্টোৰেজ প্লাণ্ট স্থাপনৰ বাবে ১৫ হাজাৰ কোটি টকা বিনিয়োগ কৰিব। আদানী গ্ৰুপৰ কৰ্পোৰেট কমিউনিকেচনৰ বিষয়া মিটুল থাক্কাৰে কালি এই কথা প্ৰকাশ কৰিছে। বিষয়াগৰাকীয়ে লগতে কয়, যে এই দুয়োটা বৃহৎ প্রকল্পই আদানী গ্ৰুপৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ লক্ষ্য আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰত অঞ্চলটোৰ উন্নয়ন আৰু বিকাশৰ বাবে ৫০ হাজাৰ কোটি ...