June 12, 2025 11:03 AM

views 28

বিভিন্ন বিভাগত কৰ্মৰত বহুকেইগৰাকী প্রশাসনিক বিষয়াক সালসলনি

■ ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত কৰ্মৰত বহুকেইগৰাকী প্রশাসনিক বিষয়াৰ সালসলনি ঘটাইছে। কৰ্মচাৰী বিভাগে জাৰি কৰা অধিসূচনা অনুসৰি এক্ট-ইষ্ট নীতি পৰিক্ৰমা বিভাগৰ সচিব তথা অসম ঔদ্যোগিক উন্নয়ন নিগম, এ আই ডি চিৰ পৰিচালন সঞ্চালকৰ অতিৰিক্ত দায়িত্বত থকা মানবেন্দ্র প্রতাপ সিঙক পূৰ্বৰ দায়িত্বৰ পৰা আঁতৰাই মীন বিভাগৰ সচিব আৰু অসম পৰিবহণ আয়ুক্তৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে। গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত তথা পৰিবহণ আয়ুক্তৰ অতিৰিক্ত দায়িত্বত থকা মেঘনিধি দাহালক এ আই ডি চিৰ পৰিচালন সঞ্চালন হিচাপে বদলি কৰা হৈছে। স্...