August 24, 2024 11:48 AM
নেপালৰ বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা মহাৰাষ্ট্ৰৰ ২৪ লোকৰ মৃতদেহ নিজ গাঁৱলৈ ৰাওনা
নেপালৰ বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা মহাৰাষ্ট্ৰৰ জলগাঁও জিলাৰ ২৪ গৰাকী লোকৰ মৃতদেহ আজি নিজ গাঁৱলৈ অনা হ'ব। মৃতদেহসমূহ প্রথম উত্তৰ প্ৰদেশৰ গোৰখপুৰলৈ অনা হ'ব। তাৰপৰা ভাৰতীয় বায়ুসেনাৰ বিমান...