September 10, 2024 9:12 PM
ৰাজ্য চৰকাৰৰ জনকল্যাণকামী আঁচনি আৰু প্রকল্পৰ ৰূপায়ণৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে জ্যেষ্ঠ বিষয়াৰ সৈতে মন্ত্ৰী অতুল বৰাৰ বৈঠক
ৰাজ্য চৰকাৰৰ জনকল্যাণকামী আঁচনি আৰু অভিলাসী প্রকল্পসমূহৰ ৰূপায়ণৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে কৃষি মন্ত্ৰী অতুল বৰাই আজি হাইলাকান্দিৰ জিলা আয়ুক্ত কাৰ্যালয়ত চৰকাৰী বিভাগৰ জ্যেষ্ঠ ব...