November 4, 2024 7:35 PM November 4, 2024 7:35 PM
8
অহা ৬ নৱেম্বৰৰ পৰা স্থানীয় এ চি এ ষ্টেডিয়ামত তামিলনাডুৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীৰ চতুৰ্থখন খেল
অসম ক্রিকেট সন্থাই অহা ৬ নৱেম্বৰৰ পৰা স্থানীয় এ চি এ ষ্টেডিয়ামত তামিলনাডুৰ বিৰুদ্ধে হ'বলগীয়া ৰঞ্জী ট্ৰফীৰ চতুৰ্থখন খেলৰ বাবে অসমৰ খেলুৱৈৰ লগতে সহায়ক ষ্টাফৰ নাম প্ৰকাশ কৰিছে। ডেভিড দাসক অধিনায়ক আৰু মুক্তাৰ হুছেইনক উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে। দলটোত দৰ্শন ৰাজবংশী, মৃন্ময় দত্ত, ভাৰ্গৱ দত্ত, ৰাহুল সিং, স্বৰূপম পুৰকায়স্থ, পাৰভেজ মুছাফ, সুমিত ঘাদিগাওকাৰ, ৰুহীনন্দন পেগু, ঋষভ দাস, শুভম মণ্ডল, শিৱশংকৰ ৰয়, ৰোহিত সিং আৰু জিতু আলীক অন্তৰ্ভুক্ত কৰা হৈছে। 00000 নির্বাচন আয়োগে কেৰালা, পাঞ্জাব আৰু...