January 4, 2025 12:11 PM

views 13

ৰাজ্যৰ আটাইকেইখন বিশ্ববিদ্যালয়তে এখনেই শৈক্ষিক দিনপঞ্জী প্ৰস্তুতৰ বাবে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰস্তাৱ

অসমত সুস্থ শৈক্ষিক পৰিৱেশ স্থাপনৰ উদ্দেশ্যে আটাইকেইখন বিশ্ববিদ্যালয়তে এখনেই শৈক্ষিক দিনপঞ্জী প্ৰস্তুত কৰাৰ বাবে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম শাখাই প্ৰস্তাৱ দিছে। এই উদ্দেশ্যে কালি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসমৰ এটা প্ৰতিনিধি দলে ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্য্যক সাক্ষাৎ কৰে। অসমৰ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহ তথা ইয়াৰ অন্তৰ্ভুক্ত মহাবিদ্যালয়সমূহৰ পৃথক শৈক্ষিক দিনপঞ্জী হোৱাৰ বাবে ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীসকল বহু সময়ত ভাৰতৰ আন ৰাজ্য তথা বিদেশৰ বহু বিশ্ববিদ্যালয়ত নামভৰ্তিৰ ক্ষেত্ৰত অসুবিধাৰ...