September 8, 2024 8:25 PM
27
তিনিদিনীয়া ভাৰত ভ্রমণসূচীৰে নতুন দিল্লীত উপস্থিত আবুধাৱিৰ ৰাজকুমাৰ
আবুধাৱিৰ ৰাজকুমাৰ শ্বেখ খালেদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানে আজি তিনিদিনীয়া ভাৰত ভ্রমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ৰাজকুমাৰগৰাকীক বিমান বন্দৰত আদৰণি জনাই। আবুধাৱিৰ ৰাজকুমাৰ হিচাপে তেওঁৰ এয়া প্ৰথম বাৰত ভ্ৰমণ। এই ভ্ৰমণত সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰ কেইবাগৰাকীও মন্ত্ৰী তথা ব্যৱসায়িক প্রতিনিধিয়ে তেওঁক সংগ দিছে। ৰাজকুমাৰগৰাকীয়ে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন বিষয় আলোচনা কৰিব। তদুপৰি নাহিয়ান...