October 29, 2025 8:25 PM October 29, 2025 8:25 PM

views 12

নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

২০২০ চনৰ বড়ো চুক্তিৰ সকলো দফা ৰূপায়ণৰ দাবীৰে আজি নিখিল বড়ো ছাত্ৰ সন্থা, এবছুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কোকৰাঝাৰত বডোফা শিশু উদ্যানৰ পৰা প্ৰতিবাদকাৰীসকলে কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰলৈ সমদল উলিয়ায়। এবছুৱে কোকৰাঝাৰ জিলা আয়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আবছুৰ সভাপতি দীপেন বড়োৱে সাংবাদিকৰ আগত সংসদৰ শীতকালীন অধিৱেশনত ১২৫ সংখ্যক সংবিধান সংশোধনী বিধেয়কত অনুমোদন জনাবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহ্ব...