July 30, 2025 8:29 PM

views 10

জৌলাও স্বৌমব্লা বসুমতাৰীৰ ২৯ সংখ্যক মৃত্যু তিথি আজি সন্ত্রাসবাদ বিৰোধী দিৱস হিচাপে উদযাপন

উগ্ৰপন্থীৰ গুলীত মৃত্যুবৰণ কৰা নিখিল বড়ো ছাত্ৰ সন্থা- এবছুৰ প্ৰাক্তন সভাপতি জৌলাও স্বৌমব্লা বসুমতাৰীৰ ২৯ সংখ্যক মৃত্যু তিথি আজি সন্ত্রাসবাদ বিৰোধী দিৱস হিচাপে উদযাপন কৰা হয়। গয়াবাৰীত থকা ছাত্ৰ নেতাজনৰ সমাধিস্থলীত এবছুৰ পতাকা অর্থ উত্তোলন কৰি এবছুৰ সভাপতি দ্বীপেন বড়োৱে অনুষ্ঠানটো আৰম্ভ কৰে। প্ৰয়াত ছাত্ৰ নেতাজনৰ সহধর্মী ভানুমতি বসুমতাৰীয়ে ইয়াৰ পাছত সমাধিস্থলীত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি তর্পণ কৰে। সন্ত্রাসবাদ বিৰোধী দিৱস উপলক্ষে আমন্ত্রিত অতিথি আৰু সমবেত ব্যক্তিসকলে গণস্বাক্ষৰ কাৰ্যসূচী...