December 21, 2025 11:27 AM
18
গৱেষণামূলক অধ্যয়নৰ ক্ষেত্ৰখনক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া তথা ইংৰাজী বিভাগৰ মাজত বুজাবুজিৰ চুক্তি
গৱেষণামূলক অধ্যয়নৰ ক্ষেত্ৰখনক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা চমুকৈ আবিলাক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া তথা ইংৰাজী বিভাগৰ মাজত শেহতীয়াকৈ এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ হয়। এই বুজাবুজিৰ চুক্তিখনে মূলতঃ অনুবাদ অধ্যয়ন, পূৰ্বোত্তৰ ভাৰতৰ থলুৱা ভাষাসমূহৰ সংৰক্ষণ, বিভিন্ন ধৰণৰ সাংস্কৃতিক ক্ষেত্ৰত সহযোগিতামূলক গবেষণা কার্য আৰু ছাত্ৰ-ছাত্ৰীৰ ইন্টার্ণন্বিপ- এই চাৰিটা দিশত গুৰুত্ব আৰোপ কৰিছে। চুক্তি স্বাক্ষৰ অনুষ্ঠানত আবিলাকৰ সঞ্চালিকা তথা অধ্যাপিকা সুদেষ্ণা ভট্টাচার...