September 4, 2025 11:15 AM September 4, 2025 11:15 AM
11
ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে অসম অলিম্পিক সন্থাৰ ৰাজ্যিক ক্রীড়া দিৱস উদযাপন
■ অসম অলিম্পিক সন্থাই কালি এছিয়ান গেমছত ৰাজ্যৰ প্ৰথম স্বর্ণ পদক বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্যিক ক্রীড়া দিৱস উদযাপন কৰে। ১৯৬৬ চনৰ এছিয়ান গেম্ছত স্বর্ণ পদক অৰ্জনেৰে ইতিহাস ৰচা প্ৰসিদ্ধ ক্রীড়াবিদগৰাকীৰ উত্তৰাধিকাৰক সন্মান জনাই কালি গুৱাহাটীৰ সৰুসজাইত আয়োজন কৰা এটা অনুষ্ঠানত সৰুসজাই ক্রীড়া প্ৰকল্পক অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্প হিচাপে নামকৰণ কৰা হয়৷ অসমৰ ক্ৰীড়াজগতৰ জীৱন্ত কিংবদন্তিস্বৰূপ ক্রীড়াবিদগৰাকীৰ প্ৰতি সন্মান জনাই অলিম্পিক সন্থাই প্ৰৱৰ্তন কৰা ভোগেশ্বৰ বৰুৱা ক্...