May 26, 2025 12:51 PM
14
তিনিদিনীয়া ভ্রমণসূচীৰে ড° আব্দুল্লা খলিল কালি নতুন দিল্লীত উপস্থিত
মালদীপৰ বৈদেশিক মন্ত্ৰী ড° আব্দুল্লা খলিলে তিনিদিনীয়া ভ্রমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হৈছে। এয়া হৈছে মালদীপৰ বিদেশ মন্ত্ৰীগৰাকীৰ একেটা বছৰতে তৃতীয়টো ভাৰত ভ্ৰমণ। ইয়াৰ পূৰ্বে যোৱা জানুৱাৰী আৰু মাৰ্চত ভাৰতলৈ আহিছিল। ভাৰত আৰু মালদ্বীপৰ মাজত উচ্চ পৰ্যায়ৰ কূটনৈতিক আদান- প্ৰদান শক্তিশালী কৰাৰ উদ্দেশ্যে এই ভ্রমণ অব্যাহত আছে। কাইলৈ ড° খলিলে মালদীপৰ নেতৃত্বত ব্যাপক অর্থনৈতিক আৰু সামুদ্রিক সুৰক্ষা অংশীদাৰিত্ব বিষয়ক ভিজন ডকুমেণ্টৰ ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভত ভাৰত-মালদীপৰ মাজৰ দ্বিতীয়খন উচ্চ পৰ্যা...