January 4, 2026 9:05 PM

views 20

জুবিন গাৰ্গৰ ন্যায় প্রক্রিয়া সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মালৈ সদৌ অসম ছাত্ৰ সন্থাৰ জৰুৰী পত্ৰ প্ৰেৰণ

সদৌ অসম ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ ন্যায় প্রক্রিয়া সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মালৈ আজি এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰে। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে উল্লেখ কৰা অনুসৰি পত্ৰখনৰ জৰিয়তে জুবিন গাৰ্গৰ ন্যায় প্রক্রিয়া ত্বৰান্বিত কৰিবলৈ এখন বিশেষ আদালতৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰলৈ আহ্বান জনোৱা হৈছে। ইয়াৰ বাবে ফৌজদাৰী আইনৰ অভিজ্ঞ অধিবক্তাৰ এটি দলক বিশেষ লোক অধিবক্তা হিচাপে নিয়োগ কৰাৰ প্ৰয়োজন বুলি পত্ৰখনত উল্লেখ কৰা হৈছে। এই ক্ষেত্ৰত উচ্চ ন্যায়ালয়ক বিশেষ আদ...