July 26, 2025 11:27 AM July 26, 2025 11:27 AM
12
UPSE পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ পৰীক্ষাৰ্থীসকলক ৪ আগষ্টৰ ভিতৰত www.aasu.org.in ৱেবছাইট যোগে আবেদনৰ আহ্বান
সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যাশা শীৰ্ষক পদক্ষেপৰ অধীনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ পৰীক্ষাৰ্থীসকলে আজিৰে পৰা ৪ আগষ্টলৈ www.aasu.org.in ৱেবছাইট যোগে আবেদন কৰিব পাৰিব। আবেদন কৰা পৰীক্ষাৰ্থীসকলৰ অহা ১০ আগষ্টত গুৱাহাটীৰ ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ত বাছনি পৰীক্ষা অনুষ্ঠিত হ'ব। বাছনি পৰীক্ষাত উত্তীৰ্ণসকলে মৌখিক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ইয়াৰ ভিতৰত অসমৰ পৰা ২৬ গৰাকী পৰীক্ষাৰ্থী বাচি উলিওৱা হ'ব। অসমৰ এই ২৬ গৰাকী পৰীক্ষাৰ্থীৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ...