July 25, 2025 8:30 PM
12
সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যাশা শীৰ্ষক পদক্ষেপ
সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যাশা শীৰ্ষক পদক্ষেপৰ অধীনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা মুঠ ৪০ গৰাকী পৰীক্ষাৰ্থীক নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ'ব। ইয়াৰ ভিতৰত অসমৰ পৰা ২৬ গৰাকী পৰীক্ষাৰ্থী বাচি উলিওৱা হ'ব। দিল্লীৰ বচা বচা প্ৰতিষ্ঠানত তেওঁলোকক এই পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ ব্যৱস্থা কৰা হ'ব। ইচ্ছুক ছাত্র-ছাত্রীসকলে কাইলৈৰ পৰা ৪ আগষ্টলৈ www.aasu.org.in ৱেবছাইটৰ যোগে আবেদন কৰিব পাৰিব। অহা ১০ আগষ্টত গুৱাহাটীৰ ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ত বাছনি পৰীক্ষা অ...