January 20, 2026 6:33 PM

views 13

অসমৰ বিলুপ্তপ্ৰায় খাময়াং, টাইফাকে আৰু চিংফু ভাষাৰ ডিজিটেল সংৰক্ষণৰ বাবে আছু আৰু নন্দ তালুকদাৰ ফাউণ্ডেচনৰ বিশেষ পদক্ষেপ

অসমৰ বিলুপ্তপ্ৰায় খাময়াং, টাইফাকে আৰু চিংফু ভাষাৰ ডিজিটেল সংৰক্ষণৰ বাবে সদৌ অসম ছাত্ৰ সন্থা আৰু নন্দ তালুকদাৰৰ ফাউণ্ডেচনে বিশেষ পদক্ষেপ লৈছে। আজি গুৱাহাটীত আয়োজিত এখন সংবাদ মেলত ছাত্ৰ সংগঠনটোৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে তিনিওটা ভাষাত উপলভ্য তথ্যসমূহ অধ্যয়ন আৰু গৱেষণাৰ বাবে আজি ৰাজহুৱাকৈ মুকলি কৰি দিয়া হৈছে। ছাত্ৰ-ছাত্ৰীৰ গৱেষক আৰু ইচ্ছুক ৰাইজে তিনিওটা ভাষাৰ সংৰক্ষিত তথ্যসমূহ ডিজিটেল মাধ্যমত বিচাৰিব পাৰিব। তেওঁ কয় যে ১০ হাজাৰতকৈও কম লোকে ব্যৱহাৰ কৰা আৰু ইউনেস্কোৱে বিপন্ন ভা...