December 20, 2025 12:49 PM December 20, 2025 12:49 PM
1
তেজপুৰ বিশ্ববিদ্যালয়ৰ অচলাৱস্থা আঁতৰ কৰাৰ বাবে আছুৰ প্ৰতিনিধি দলৰ ৰাজ্যপালক সাক্ষাৎ
সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে কালি তেজপুৰ বিশ্ববিদ্যালয়ৰ অচলাৱস্থা আঁতৰ কৰাৰ বাবে লোক ভৱনত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যক সাক্ষাৎ কৰে। ছাত্রসন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন, মুখ্য উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্যৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে। সাক্ষাৎকালত প্রতিনিধি দলটোৱে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে অসমৰ লগতে ভাৰতবৰ্ষৰ শৈক্ষিক জগতত সুকীয়া স্থান পাবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰি কয়, যে ঐতিহাসিক অসম চুক্তিৰ ...