December 23, 2025 7:44 PM
12
লোককৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণলৈ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা
সদৌ অসম ছাত্ৰ সন্থাই গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা ২০২৫ৰ প্ৰাপক হিচাপে তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ বৰমেচাই শিমলুগুৰি নিবাসী লোককৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণৰ নাম ঘোষণা কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰাপকগৰাকীৰ নাম ঘোষণা কৰে। ২৭ ডিচেম্বৰত লোকগীতৰ সম্ৰাজ্ঞীগৰাকীৰ মৃত্যুৰ দিনটোত গুৱাহাটীৰ চানমাৰিৰ ছহিদ উদ্যানত দিনৰ ১১ বজাত লোককৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰ...