August 28, 2025 12:03 PM

views 22

আধাৰ বায়’মেট্ৰিক উন্নীত কৰিবলৈ দেশৰ বিদ্যালয়সমূহলৈ আহ্বান UIDAI ৰ

ভাৰতৰ অনন্য পৰিচয় প্রাধীকৰণ- UIDAI এ ৫ বছৰৰ পৰা ১৫ বছৰ বয়সৰ শিশুসকলৰ বাবে নিৰ্ধাৰিত সময়ত বাধ্যতামূলক আধাৰ বায়’মেট্ৰিক উন্নীত কৰিবলৈ দেশৰ বিদ্যালয়সমূহত প্রতি আহ্বান জনাইছে।  ইলেকট্রনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এখন বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি, UIDAI ৰ মুখ্য কাৰ্যবাহী বিষযা ভূৱনেশ কুমাৰে এই সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মুখ্য সচিবসকললৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে। মন্ত্ৰালয়ে কৈছে যে UIDAI আৰু শিক্ষা মন্ত্ৰ্যালয়ে একীকৃত জিলা তথ্য ব্যৱস্থাত দেশৰ প্ৰায় ১৭ কোটি শিশুৰ বাবে...

June 21, 2024 8:01 PM

views 25

ৰাজ্যত প্ৰথম বাৰৰ বাবে চিকিৎসালয় এৰাৰ সময়তে জন্মৰ প্ৰমাণ-পত্ৰ আৰু আধাৰ নম্বৰ প্ৰদান

ৰাজ্যত প্ৰথম বাৰৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজি নৱজাতকক লৈ প্ৰসূতি মাতৃয়ে চিকিৎসালয় এৰাৰ সময়তে জন্মৰ প্ৰমাণ-পত্ৰ আৰু আধাৰ নম্বৰ প্ৰদান কৰা হয়। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নৱজাতকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ সময়তেই জন্মৰ প্ৰমাণ-পত্ৰ আৰু আধাৰ নম্বৰ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল। সেই অনুসৰি ফখৰুদ্দিল আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰাজ্যৰ ভিতৰতে প্ৰথমবাৰলৈ আজি দুটি শিশুক জন্মৰ প্ৰমাণ-পত্ৰ আৰু আধাৰ নম্বৰ প্ৰদান কৰা হয়। এই সন্দৰ্ভ...