June 26, 2025 8:52 PM

views 12

বিটিআৰ চুক্তি ৰূপায়ণ সম্পর্কত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু চুক্তি স্বাক্ষৰ কৰা সংগঠনৰ ত্রিপাক্ষিক বৈঠক

২০২০ চনত স্বাক্ষৰিত বি টি আৰ চুক্তি ৰূপায়ণ সম্পর্কত আজি নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু চুক্তি স্বাক্ষৰ কৰা সংগঠনকেইটাৰ প্ৰতিনিধিবর্গৰ মাজত ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ উত্তৰ-পূবৰ বাবে থকা যুটীয়া সচিব নিৰজ কুমাৰ বান্‌ছোড়ৰ অধ্যক্ষতাত নতুন দিল্লীৰ নর্থ-ব্লকত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰণালয়ৰ উপ-সচিব এন আৰ মিন্‌ছ, অসম চৰকাৰৰ গৃহ বিভাগৰ সচিব পার্থ মজুমদাৰ, অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালকপ্ৰধান হীৰেন নাথ আৰু বিটিচিৰ প্ৰধান সচিব আকাশদীপে চৰকাৰী পক্ষ...