October 15, 2024 6:22 PM October 15, 2024 6:22 PM

views 4

ডº এ পি জে আব্দুল কালামৰ জন্ম বার্ষিকীত প্রধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন

প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু প্ৰসিদ্ধ বিজ্ঞানী ডº এ পি জে আব্দুল কালামৰ আজি ৯৩ সংখ্যক জন্ম বার্ষিকী। ডº এ পি জে আব্দুল কালামৰ শিক্ষাৰ প্ৰতি নিষ্ঠাৰ সন্মানার্থে আজিৰ দিনটো বিশ্ব শিক্ষার্থী দিৱস হিচাপে পালন কৰা হৈছে। এই দিৱসৰ মূল বিষয়বস্তু হৈছে- পৰিৱৰ্তনৰ অভিকৰ্তাৰূপে শিক্ষাৰ্থীসকলৰ সৱলীকৰণ। এই উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্রাক্তন ৰাষ্ট্ৰপতিগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। শ্রী মোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে প্রাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ চিন্তা আৰু পৰিকল্...