November 26, 2024 12:03 PM
5
ৰে’ল মন্ত্ৰ্যালয়ৰ ৭,৯২৭ কোটি টকাৰ ৩টা প্ৰকল্পত অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীৰ অনুমোদন
অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীয়ে প্রায় ৭ হাজাৰ ৯২৭ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া ৰে'ল মন্ত্ৰ্যালয়ৰ তিনিটা প্ৰকল্পত অনুমোদন দিছে। ইয়াত ১৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মনমাদ-জলগাঁও ৰে'লপথচোৱাৰ চতুৰ্থটো লাইন, ১৩১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভুছাৱল-খান্দৱা ৰে'লপথচোৱাৰ তৃতীয় আৰু চতুৰ্থটো লাইন তথা ৮৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰয়াগৰাজ-মাণিকপুৰ ৰে'লপথচোৱাৰ তৃতীয়টো লাইন সামৰি লোৱা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে দুহেজাৰ ৭৭৩ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া মনমাদ-জলগাঁও প্ৰকল্পটোৱে বি...