April 7, 2025 8:04 PM
11
কাইলৈৰ পৰা পোষণ পষেকৰ সপ্তম সংস্কৰণ ৰূপায়ণ
মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ে কাইলৈৰ পৰা পোষণ পষেকৰ সপ্তম সংস্কৰণ ৰূপায়ণ কৰিব। দেশৰ পৰা পৰিপুষ্টিজনিত সমস্যা দূৰ কৰি সুস্থ ভাৰত গঢ়াৰ লক্ষ্যৰে এই কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে এইবাৰ চাৰিটা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই অনুসৰি শিশুৰ জন্মৰ পৰা প্ৰথম এহেজাৰ দিনৰ পৰিপুষ্টি নিশ্চিত কৰা, হিতাধিকাৰী সকলৰ মাজত পৰিপুষ্টি নির্ণয়ৰ বাবে পৰ্যালোচনা কৰা, স্বাস্থ্য সন্মত জীৱনশৈলী গঢ়ি তুলি শিশুৰ মেদবহুলতা নিয়ন্ত্ৰণ কৰা আৰু সামগ্ৰিকভাৱে স্বাস্থ্য আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ ওপৰ...