June 1, 2024 6:09 PM

views 80

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ত বিয়লি ৫ বজালৈকে ৫৮ শতাংশৰো অধিক ভোটদান সম্পন্ন

♦ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ অব্যাহত আছে। আজি পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈ বাতৰি যুগুতোৱাৰ পৰলৈকে ৫৮.৩৪ শতাংশ ভোটদান সম্পন্ন হৈছে। এই পৰ্যায়ত দেশৰ ৭খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৭টা সমষ্টি সামৰি লোৱা হৈছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩ খনকৈ, পশ্চিমবংগৰ ৯ খন, বিহাৰৰ ৮ খন, ওড়িশাৰ ৬ খন, হিমাচল প্ৰদেশৰ ৪ খন, ঝাৰখণ্ডৰ তখন আৰু চণ্ডীগড়ৰ এখন সংসদীয় আসনৰ বাবে প্রতিদ্বন্দ্বিতা হৈছে। অন্তিম পর্যায়ত ১০ কোটি ৬০ লাখৰো অধিক ভোটদাতাই ৯০৮ গৰাকী প্ৰাৰ্থ...

May 30, 2024 2:40 PM

views 38

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন। আজি সন্ধিয়া ৫ বজাত নির্বাচনী প্ৰচাৰৰ অন্ত পৰিব। দেশৰ ৭ খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭ টা সমষ্টিত এই পৰ্যায়ত পহিলা জুনত ভোটগ্ৰহণ কৰা হ'ব। অন্তিম পৰ্যায়ত ভোটগ্রহণ হ'বলগীয়া উত্তৰ প্ৰদেশৰ বাৰাণসী সমষ্টিৰ পৰা বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। এই পর্যায়ত নির্বাচন হ'বলগীয়া সমষ্টিসমূহত শাসক-বিৰোধী উভয় দলৰ ৰাজনৈতিক নেতাসকলে প্ৰচাৰ অব্যাহত ৰাখিছে। আকাশবাণীৰ সংবাদদাতাই জন...

May 29, 2024 7:15 PM

views 33

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে কাইলৈ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। নির্বাচনী প্ৰচাৰৰ সামৰণিৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। এই পৰ্যায়ত পহিলা জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। সপ্তম পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি পশ্চিমবংগৰ মথুৰাপুৰত এটা নির্বাচনী সমাৱেশত ভাষণ দিয়ে। তেওঁ কয় যে, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপেই হওক অথবা জাপানেই ...

May 28, 2024 7:51 PM

views 24

সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত মুঠ ৯০৪ গৰাকী প্রার্থীৰ প্রতিদ্বন্দ্বিতা

ৰাজনৈতিক দলসমূহে লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। এই পৰ্যায়ত পহিলা জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। সপ্তম পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ডুমকা বিমানবন্দৰ ময়দানত এখন নির্বাচনী সভাক সম্বোধন কৰে। তেওঁ কয় যে ৪ জুনৰ পাছত দুৰ্নীতিগ্ৰস্ত লোকৰ বিৰুদ্ধে অধিক তীব্ৰতৰ হৈ উঠিব। ঝাৰখণ্ড মুক্তিমৰ্চা আৰু কংগ্ৰেছে নিজৰ কাৰ...

May 28, 2024 12:59 PM

views 28

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত নির্বাচন হ'বলগীয়া সমষ্টিসমূহত প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে নির্বাচনী সভা তথা ৰোড শ্ব’ৰ জৰিয়তে ভোটদাতাক আকৰ্ষণ কৰিবলৈ আপ্রাণ প্রয়াস চলোৱা পৰিলক্ষিত হৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ডুমকা বিমানবন্দৰ খেলপথাৰত এখন নির্বাচনী সভাক সম্বোধন কৰিব। বিজয় সংকল্প যাত্ৰাৰ অংশ হিচাপে সংসদীয় সমষ্টিটোৰ পৰা বিজেপিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ...

May 27, 2024 6:03 PM

views 33

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ প্ৰচাৰ অভিযান অব্যাহত

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। এন ডি এৰ নেতা আৰু আন মিত্রজোঁটে নির্বাচন অনুষ্ঠিত হ'বলগা অঞ্চলসমূহত ধাৰাবাহিকভাৱে বিভিন্ন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা আৰু গৃহমন্ত্ৰী অমিত শ্বাহে আজি উত্তৰ প্ৰদেশৰ কুশীনগৰ, ছালেমপুৰ আৰু চাণ্ডৌলী লোকসভা সমষ্টিত নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। ইফালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাআই আজি বাৰানসীত বিভিন্ন কাৰ্যসূচীত শিপিনী, মৃৎশিল্পী, ভোটাৰ তথা নাগৰিকৰ সৈতে মত-বিনিময় কৰিব। জ্যেষ্ঠ বিজেপি নে...

May 26, 2024 8:47 PM

views 30

অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকসকলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

দেশত লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে বিভিন্ন দলৰ নেতাসকলে ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। উত্তৰ প্ৰদেশত সপ্তম তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠা পৰিলক্ষিত হৈছে। বিভিন্ন ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত ভাগ লৈছে। প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ, মাও আৰু বন্সগাঁৱত জনসভাক সম্বোধ...

May 26, 2024 6:42 PM

views 30

দেশত লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ

দেশত লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে বিভিন্ন দলৰ নেতাসকলে ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। এই পৰ্যায়ত পহিলা জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্রহণ কৰা হ'ব। সপ্তম পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত এখন নির্বাচনী সভাত ভাগ লয়। শ্রীমোদীয়ে দাবী কৰে যে, সমাজবা...

May 24, 2024 8:13 PM

views 30

সপ্তম তথা অন্তিম পৰ্যায়ৰ প্ৰচাৰত ৰাজনৈতিক দলসমূহৰ ব্যাপক তৎপৰতা

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ পাছত ৰাজনৈতিক দলসমূহে সপ্তম তথা অন্তিম পৰ্যায়ৰ প্ৰচাৰত মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে। এই পৰ্যায়ত পহিলা জুনত ৫৭ টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাঞ্জাৱৰ গুৰদাসপুৰ জিলাৰ দিনা নগৰত এখন নির্বাচনী সভাত ভাষণ দি কংগ্ৰেছ দলে পাকিস্তানৰ ভাষা কোৱা বুলি অভিযোগ উত্থাপন কৰে। জম্মু-কাশ্মীৰত সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ পুনৰ বলৱৎ কৰা আৰু অঞ্চলটোত সন্ত্ৰাসবাদক উনি যোগোৱাই কংগ্ৰেছৰ কাৰ্যসূচী আখ্যা দি...

May 24, 2024 2:26 PM

views 17

লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ বাবে ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলাইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি বিয়লি পাঞ্জাবৰ গুৰদাসপুৰ আৰু জলন্ধৰত দুটাকৈ নিৰ্বাচনী ৰেলীত অংশগ্রহণ কৰিব। আনহাতে, কংগ্ৰেছ নেতা শচীন পাইলটে আজি শ্ৰীআনন্দপুৰ চাহিব লোকসভা সমষ্টিত প্ৰচাৰ চলাব। বহুজন সমাজ পাৰ্টীৰ নেত্ৰী মায়াবতীয়েও আজি পাঞ্জাবৰ নৱনছেহৰ চহৰত প্ৰচাৰ অভিযানত ভাগ ল'ব। ইপিনে, হিমাচল প্ৰদেশত ...