January 23, 2025 11:57 AM January 23, 2025 11:57 AM

views 4

৭৬সংখ্যক গণৰাজ্য দিৱসৰ কুচ-কাৱাজত মুঠ ২৬টা প্রতীকপট প্ৰদৰ্শিত হ’ব

৭৬সংখ্যক গণৰাজ্য দিৱসৰ কুচ-কাৱাজত দেশৰ বৈচিত্ৰ্য আৰু সাংস্কৃতিক সর্বাত্মকতা তুলি ধৰাৰ উদ্দেশ্যে বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিভিন্ন মন্ত্ৰ্যালয়ৰ মুঠ ২৬ টা প্রতীকপট সাজি উলিওৱা হৈছে। স্বর্ণিম ভাৰত : ঐতিহ্য আৰু বিকাশ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি এই প্রতীকপটসমূহ সাজি উলিওৱা হৈছে। এইবাৰ গণৰাজ্য দিৱসৰ কুচ-কাৱাজত ভিন ভিন বিষয়বস্তুৰে নিৰ্মাণ কৰি উলিওৱা ১৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ ১০ টা প্ৰতীকপট অন্তৰ্ভুক্ত কৰা হ'ব। এই...