November 26, 2024 12:04 PM
6
অটল অমৃত অভিযানৰ দ্বিতীয় সংস্কৰণৰ বাবে ২০২৮ চনৰ ৩১ মাৰ্চপর্যন্ত ২,৭৫০ কোটি টকা আবণ্টন কেন্দ্ৰীয় কেবিনেটৰ
কেন্দ্রীয় কেবিনেটে অটল অমৃত অভিযানৰ দ্বিতীয় সংস্কৰণৰ বাবে ২০২৮ চনৰ ৩১ মাৰ্চ পর্যন্ত ২ হাজাৰ ৭৫০ কোটি টকাৰ বাজেট আবণ্টন দিয়াৰ কথা ঘোষণা কৰিছে। অটল অমৃত অভিযান ২.০ হৈছে চৰকাৰৰ বিকশিত ভাৰত সংকল্পৰ দিশে এক সবল খোজ আৰু সজীৱ উদ্ভাৱন আৰু উদ্যোগীকৰণ পৰিৱেশক সম্প্ৰসাৰণ, শক্তিশালীকৰণ আৰু গভীৰকৰণৰ লক্ষ্যৰে গ্ৰহণ কৰা এক উল্লেখনীয় পদক্ষেপ। এই অভিযানৰ ধাৰাবাহিকতাই প্ৰত্যক্ষভাৱে বিভিন্ন খণ্ডত উন্নত চাকৰি, উদ্ভাৱনীমূলক সামগ্ৰী আৰু উচ্চ প্ৰভাৱৰ সেৱা সৃষ্টি কৰাত অৰিহণা যোগাব বুলি কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈ...