May 26, 2024 12:29 PM

views 27

ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৬১.৭-৬ শতাংশ ভোটদাতাৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ত কালি ৬খন ৰাজ্য আৰু দুটা কেন্দ্রীয় শাসিত অঞ্চলৰ ৫৮-টা সমষ্টিত ৬১.৭-৬ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত উত্তৰ প্ৰদেশৰ ১৪টা, হাৰিয়ানাৰ ১০টা, বিহাৰৰ ৮টা, পশ্চিমবংগৰ ৮টা, দিল্লীৰ ৭টা, ওড়িশাৰ ৬টা, ঝাৰখণ্ডৰ ৪টা আৰু জম্মু- কাশ্মীৰৰ এটা সমষ্টি সামৰি লোৱা হয়। বিহাৰত ৫৫.২-৪ শতাংশ, ঝাৰখণ্ডত প্রায় ৬৪, দিল্লীত প্রায় ৫৮. ওডিশাত ৭০.৯-৯, উত্তৰ প্ৰদেশত ৫৪.০-৩, পশ্চিমবংগত ৮০.০-৬, হাৰিয়ানাত ৬২.০-৯ আৰু জম্মু কাশ্মীৰত ৫৪.৪ ৬ শতাংশ ভোটদান হয়। ভোটগ্ৰহণৰ সামৰণি পৰাৰ...

May 25, 2024 11:05 AM

views 20

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্রহণ অব্যাহত

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্রহণ ইতিমধ্যে আৰম্ভ হৈছে। এই পৰ্যায়ত ৫৮টা সমষ্টি সামৰি লোৱা হৈছে। ইয়াৰে ভিতৰত বিহাৰৰ ৮টা, হাৰিয়ানাৰ ১০টা, ঝাৰখণ্ডৰ ৪টা, দিল্লীৰ ৭টা, ওড়িশাৰ ছটা, উত্তৰ প্ৰদেশৰ ১৪টা, পশ্চিমবংগৰ ৮টা আৰু জম্মু-কাশ্মীৰৰ এটা সমষ্টি আছে। এই পৰ্যায়ত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা উল্লেখযোগ্য প্রার্থীসকলৰ ভিতৰত বিজেপি নেতা ধর্মেন্দ্র প্রধান, মানেকা গান্ধী মনোহৰ লাল খট্টৰ, সম্বিত পাত্ৰা, বাঙ্গুৰি স্বৰাজ, মনোজ তিৱাৰী, কংগ্ৰেছৰ দীপেন্দ্ৰ সিং হুড্ডা, কুমাৰী শ্বেলজা, ৰাজ বাব্বৰ, কন্হইয়া কু...

May 24, 2024 8:56 PM

views 23

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ত কাইলৈ ৫৮টা সমষ্টিত ভোটগ্রহণ

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ত কাইলৈ ৫৮ টা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। ইয়াৰে ভিতৰত বিহাৰৰ ৮টা, হাৰিয়ানাৰ ১০টা, ঝাৰখণ্ডৰ ৪টা, দিল্লীৰ ৭টা, ওড়িশাৰ ছটা, উত্তৰ প্ৰদেশৰ ১৪টা, পশ্চিমবংগৰ ৮টা আৰু জম্মু-কাশ্মীৰৰ এটা সমষ্টি আছে। ভোটগ্রহণ পুৱা ৭ বজাত আৰম্ভ হ'ব। এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপি নেতা ধর্মেন্দ্র প্রধান, মানেকা গান্ধী মনোহৰ লাল খট্টৰ, সম্বিত পাত্ৰা, বাঙ্গুৰি স্বৰাজ, মনোজ তিৱাৰী, কংগ্ৰেছৰ দীপেন্দ্ৰ সিং হুড্ডা, কুমাৰী শ্বেলজা, ৰাজ বাববৰ, কন্...

May 24, 2024 2:53 PM

views 20

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। এই পৰ্যায়ত কাইলৈ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৫৮ টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। এই সমষ্টিসমূহৰ ভিতৰত বিহাৰৰ ৮টা, হাৰিয়ানাৰ ১০ টা, জম্মু-কাশ্মীৰৰ এটা, ঝাৰখণ্ডৰ ৪টা, দিল্লীৰ ৭টা, ওড়িশাৰ ছটা, উত্তৰ প্ৰদেশৰ ১৪টা আৰু পশ্চিমবংগৰ ৮টা সমষ্টি আছে। এই সমষ্টি কেইটাৰ বাবে মুঠ ৮৮৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই পৰ্যায়ত জ্যেষ্ঠ বিজেপি নেতা ধর্মেন্দ...