May 23, 2024 11:59 AM

views 19

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিব। প্ৰচাৰৰ সামৰণিৰ ক্ষণ চমু চাপি অহাৰ লগে লগে প্ৰধান প্ৰধান ৰাজনৈতিক দলৰ নেতাসকলে ষষ্ঠ পৰ্যায়ত সামৰি ল'বলগীয়া সমষ্টিসমূহৰ ভোটদাতাৰ মন জয় কৰাৰ বাবে অন্তিম প্রয়াস চলোৱা পৰিলক্ষিত হৈছে। ইফালে, লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবেও প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। ২৫ মেত আৰু ১ জুনত ষষ্ঠ আৰু সপ্তম পৰ্যায়ত ৫৭ টাকৈ সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি হাৰিয়ানাৰ ভিৱানী-মহেন্দ্ৰগড়ত ...