December 6, 2024 8:48 PM
16
ভাৰতীয় সংবিধানৰ প্ৰণেতা ভাৰত ৰত্ন ড০ বি আৰ আম্বেদকাৰৰ ৬৮ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে মহাপৰিনিৰ্বান দিৱস পালন
ভাৰতীয় সংবিধানৰ প্ৰণেতা ভাৰত ৰত্ন ড০ বি আৰ আম্বেদকাৰৰ ৬৮ সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে আজি মহাপৰিনিৰ্বান দিৱস পালন কৰা হয়। মহাপৰিনিৰ্বান দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰ গঠনৰ ক্ষেত্ৰত বাবা চাহেব আম্বেদকাৰৰ অৱদানৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে দেশজুৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু কেইবাগৰাকী সাংসদ তথা অন্যান্য বিষয়ববীয়াই ভাৰতীয় সংবিধানৰ ৰূপকাৰ আম্বেদকাৰৰ স্মৃতিত নতুন দিল্লীত সংসদ ভৱনৰ প্ৰেৰণা স্থলত শ্ৰদ্ধা জ্...